শ্বায়েৰী-অনুবাদঃ
@@@@@@@@@@@@@@
শাস্ত্ৰীয় সংগীত আৰু মননশীল প্ৰেমৰ কাব্যিক সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন হৈছে গজল। উৰ্দু সাহিত্যৰ এক জনপ্ৰিয় ধাৰৰা শ্বায়েৰী সমূহক ৰাগপ্ৰধান সংগীতৰ আৱৰণ বহিঃপ্ৰকাশ এক
মেহদী হাছানৰ কন্ঠস্বৰৰ মাধূৰ্য্য আৰু ধ্ৰুপদী সংগীতৰ মানদণ্ড ইমানেই উচ্চ স্তৰৰ যে লতা মংগেশকাৰ তথা সমগ্র এছিয়ান দেশৰ সংগীত শিল্পী সকল তেখেতৰ অনুৰাগী আছিল।
মেহদীৰ কন্ঠত স্বয়ং ভগৱানে বাস কৰে বুলি লতা মংগেশকাৰে এবাৰ এক সাক্ষাৎকাৰত কৈছিল।
জীৱনত কোনো দিন প্ৰেমত নপৰা মানুহেও যদি মেহদী হাছানৰ গজল শুনে, তেওঁৰ এনে লাগিব যেন এতিয়ালৈকে দহ-বাৰজনী মানে এৰি থৈ গল নেকি!
মেহদী হাছানৰ গজলৰ এনে এক যাদুকৰী শক্তি আছে যিয়েই নেকি কোনোদিনে প্ৰেমত নপৰা মানুহকো কন্দুৱাব পাৰে আৰু যিসকলে প্ৰেমত পৰিছে সেইসকলৰ অৱস্থা বা কেনেকুৱা ঈশ্বৰেহে জানিব।
@@@@@@@@@@@@@@@@@@@@@@@
আপ তো নজদীক চে,
নজদীকতৰ আতে গয়ে।
আপ তো নজদীক চে,
নজদীকতৰ আতে গয়ে।।
পেহলে দিল,
ফিৰ দিলৰূবা।
পেহলে দিল,
ফিৰ দিলৰূবা।
ফিৰ দিল কে, মেহমান হো গয়ে.....
@@@@@@@@@@@@@@@@@
প্যাৰ কা পহলা খত লিখনে মে, ওৱাক্ত তো লগতা হ্যায়।
নয়ে পৰিন্দো কো উড়নে মে,
ওৱাক্ত তো লগতা হ্যায়।।
জিস্ম কী বাত নহী থী
উনকে দীল তক জানা হ্যায়।
লম্বী দূৰী ত্যয় কৰনে মে
ওৱাক্ত তো লগতা হ্যায়।।
অনুবাদ:
প্ৰথম প্ৰেমৰ
প্ৰথম চিঠি লিখিবলৈ,
সময়তো লাগিবই।
সৰু চৰাইজনী
উৰিব শিকিবলৈ,
সময়তো লাগিবই।।
কায়িক প্ৰেমানুভূতি
নহয় মাথোঁ এইয়া
তেওঁৰ হৃদয়ৰ গভীৰতাক
পৰশিবৰ মন।
সুদীৰ্ঘ এক লক্ষ্যত
উপনীত হবলৈ
সময়তো লাগিবই।।
@@@@@@@@@@@@@@
প্যাৰ কা পেহলা খত লিখনে মে,
ওৱাক্ত তো লগতা হ্যায়।
নয়ে পৰিন্দো কো উড়নে মে,
ওৱাক্ত তো লগতা হ্যায়।।
জিস্ম কী বাত নহী থী,
উনকে দীল তক জানা হ্যায়।
লম্বী দূৰী ত্যয় কৰনে মে
ওৱাক্ত তো লগতা হ্যায়।।
অনুবাদ:
প্ৰথম প্ৰেমৰ
প্ৰথম চিঠি, লিখিবলৈ,
সময়তো লাগিবই।
সৰু চৰাইজনী,
উৰিব শিকিবলৈ,
সময়তো লাগিবই।।
কায়িক প্ৰেমানুভূতি,
নহয় মাথোঁ এইয়া,
তেওঁৰ হৃদয়ৰ গভীৰতাক,
পৰশিবৰ মন।
সুদীৰ্ঘ এক লক্ষ্যত,
সুকলমে উপনীত হবলৈ,
সময়তো লাগিবই।।
@@@@@@@@@@@@@@@@@@
মৰনে কে বাদ ভী
য়ে আঁখ খুলী ৰহী
আদত পৰী অব ইন্হে
ইন্তজাৰ কী
জব মেইনে তুঝে
ভুলানে কী কৌশ্বিশ্ব কী
অউৰ পেহেলে চে ভী
জ্যাদা তেৰী য়াদ আয়ী হ্যায় ।
@@@@@@@@@@@@@@@@
সাহিত্যৰ এক অভিন্ন অংগ হৈছে শ্বায়েৰী-এক সংগীত কবিতা । মনৰ গভীৰতা আৰু আবেগ অনুভূতিৰ মাজৰ পৰা প্ৰকাশ পোৱা ছন্দোময় শব্দৰ মায়াজাল, এই শ্বায়েৰী সমূহ ।
নিম্নলিখিত শ্বায়েৰীৰ স্তৱকবোৰৰ মাজত এক সৃজনশীল ধাৰাবাহিকতা মন কৰক।
ওঠৰ শতিকাৰ বিখ্যাত উৰ্দু কবি মীৰ্জা গালিবে লিখিছিল,
"জাহিদ, শ্বৰাব্ পীনে দে মছজিদ্ মে বেইঠ কৰ,
ইয়া, ৱহ জগহ্ বতা, জাঁহা খুদা নহী ...."
উনৈছ শতিকাৰ কবি আল্লামা ইকবালে অৰ্ধশতিকাৰ পিছত উত্তৰ স্বৰূপে লিখিছিল,
"মছজিদ্ খুদা কা ঘৰ হেই, পীনে কী জগহ্ নহী.........
কাফিৰ্ কে দিল মে জা, ৱাহা খুদা নহী......."
কুৰি শতিকাৰ কবি আহমদ ফাৰাজে প্ৰত্যুত্তৰত লিখিছে,
"কাফিৰ্ কে দীল্ চে আয়া হু,
মেই য়ে দেখ্ কৰ্ ফাৰাজ....
খুদা মৌজুদ হেই ৱাহা,
পৰ্ উচে পতা নহী ।"
@@@@@@@@@@@@@@@@
জব চিবা মেৰা তুমহাৰা কোই
দীৱানা না থা
জব চিবা মেৰা
তুমহাৰা কোই
দীৱানা না থা
সচ কহো,
সচ কহো
তুমকো ভী ক্যা ৱহ
জমানা য়াদ হ্যায়।
হাম কো অব তক
আশ্বিকী কা ৱহ
জমানা য়াদ হ্যায়
চুপকে চুপকে ৰাত দিন
আঁচু বহানা য়াদ হ্যায়।
অনুবাদ :
এনে এটা দিন আছিল যেতিয়া মোৰ বাহিৰে তোমাৰ কোনো
প্ৰেমানুৰাগী নাছিল।
সঁচা কবা সোণজণী
সেই পাখি লগা
মৰমসনা দিনবোৰৰ কথা
তোমাৰ আজিও মনত পৰেনে?
মোক কিন্তু, প্ৰণয়সিক্ত
সেই দিনবোৰে আজিও ব্যাকুল কৰে।
সেই দিনবোৰৰ কথা সুৱৰি
দিনে-ৰাতি মোৰ চকুহাল
সেমেকি উঠে।
ভাল লগা এটা স্তৱক:
জব চিবা মেৰে
তুমহাৰা কোই
দীৱানা না থা,
জব চিবা মেৰে
তুমহাৰা কোই
দীৱানা না থা।
সচ কহো,
সচ কহো,
তুমকো ভী ক্যা ৱহ
জমানা য়াদ হ্যায়।
হাম কো অব তক
আশ্বিকী কা ৱহ
জমানা য়াদ হ্যায়,
চুপকে চুপকে ৰাত দিন
আঁচু বহানা য়াদ হ্যায়।
অনুবাদ :
এনে এটা দিন আছিল যেতিয়া মোৰ বাহিৰে তোমাৰ কোনো
প্ৰেমানুৰাগী নাছিল।
সঁচা কবা সোণজণী
মৰমসনা সেই দিনবোৰৰ কথা, এতিয়াও মনত পৰেনে?
মোক কিন্তু, প্ৰণয়সিক্ত
সেই দিনবোৰে, আজিও ব্যাকুল কৰে।
সেই দিনৰ কথা সুৱৰি
আজিও মোৰ চকুহাল
সেমেকি থাকে।
@@@@@@@@@@@@@@@@@@@@
ৰাহে-উলফত্ মে আপ চাথ্ নহী
যাইয়ে খেৰ্ কোঈ বাত্ নহী।
ইউ তো হৰ্ চীজ্ মেৰে পাছ্ মে হ্যায়
চিৰ্ফ হাথো মে আপকা হাথ্ নহী
অনুবাদঃ
প্ৰেমৰ বাটত লগৰী নহ'লা তুমি!
ঠিক আছে বাৰু, কোনো কথা নাই
থাকোতে মোৰ সকলোয়েই আছে,
মাথোঁ মোৰ হাতৰ মুঠিত তোমাৰ হাতখন নাই।
গীত কথাঃ
প্যাৰ নহী হ্যায় সুৰ চে জিছকো
ৱহ মূৰখ ইনচান্ নহী।
প্যাৰ নহী হ্যায় সুৰ চে জিছকো
জগ মে অগৰ সঙ্গীত
ন হোতা
কোই কিছি কা মীত্
ন হোতা
য়ে এহচান হ্যায় সাত সুৰো কা
কি দুনিয়া ৱীৰান নহী
প্যাৰ নহী হ্যায় সুৰ চে জিছকো ৱহ মূৰখ ইনচান্ নহী....
শিল্পীঃ ফতেহ আলি খান
ৰাগঃ মালকোষ
@@@@@@@@@@@@@@@@@@@@@@
जो ग़म-ए-हबीब से दूर थे वो ख़ुद अपनी आग में जल गए
जो ग़म-ए-हबीब को पा गए वो ग़मों से हँस के निकल गए।
जो थके थके से थे हौसले वो शबाब बन के मचल गए
जो नज़र नज़र से गले मिली तो बुझे चिराग भी जल गए।
ये शिक़स्त-ए-दीद की करवटें भी बड़ी लतीफ़-ओ-ज़मील
मैं नज़र झुका के तड़प गया वो नज़र बचा के निकल गए।
न ख़िज़ाँ में है कोई तीरगी न बहार में है कोई रोशनी
ये नज़र-नज़र के चिराग हैं कहीं बुझ गए कहीं जल गए।
जो सँभल-सँभल के बहक गए वो फ़रेब ख़ुर्द-ए-राह थे
वो मक़ाम इश्क को पा गए जो बहक बहक के सँभल गए।
जो खिले हुए हैं रविश-रविश वो हज़ार हुस्न-ए-चमन सही
मग़र उन गुलों का जवाब क्या जो क़दम-क़दम पे कुचल गए।
न है शायर अब ग़म-ए-नौ-ब-नौ न वो दाग़-ए-दिल न वो आरज़ू
जिन्हें एतमाद-ए-बहार था वो ही फूल रंग बदल गए।
हबीब = Beloved, Sweetheart
शिक़स्त = Breach, Breakage, Defeat
दीद = Sight
लतीफ़ = Juicy, Pleasant
ज़मील = Bonny, Attractive, Appealing
ख़िज़ाँ = Autumn, Decay
तीरगी = Darkness
ख़ुर्द = Little
रविश = The narrow pathways of the garden
नौ-ब-नौ = New, Fresh, Raw
एतमाद = Faith
@@@@@@@@@@@@@@@@@@@@@@
তনহাঈ মে ফৰিয়াদ
তো কৰ চকতা হু
বীৰাণে কো আবাদ
তো কৰ চকতা হু
জব চাহু তুমহে মিল
নহী চকতা লেকীন
জব চাহু তুমহে ইয়াদ
তো কৰ চকতা হু।
@@@@@@@@@@@@@@@@@@@@@@@@@@@
ইইউ না মিল মুঝছে খফা
হো জেইছে,
চাথ চল মৌজ-এ-চাবা
হো জেইছে।
হিছকিয়া ৰাত কো আতী
হী ৰহী,
তুনে ফিৰ ইয়াদ কিয়া
হো জেইছে।
মৌওত ভী আয়ী তো ইছ
নাজ্ কে চাথ,
মুঝ পে এহেচান কিয়া
হো জেইছে।
অনুবাদঃ
মোৰ সতে তুমি ইমান ক্ষুব্ধ হোৱাৰ দৰে যেন সন্মুখীন নোহোৱা,
মোৰ সতে তুমি পুৱঁতিৰ মৃদুল সমীৰ জাক হৈ আহা।
কালি ওৰে নিশাটো, মোৰ হিকতি আহিয়েই আছিল,
তুমি চাগৈ মোৰ কথাবোৰ পুনৰ সুৱঁৰিছিলা!
মৃত্যুও মোৰ জীৱনলৈ ইমানেই দম্ভালি মাৰি আহিল ,
যেন মোক কিবা অনুগ্ৰহ হে কৰিবলৈ আহিছিল।
@@@@@@@@@@@@@@@
অগৰ মে হদ্ চে, গুজৰ যাউ তো মুঝে মাফ কৰনা,
তেৰে দীল মে উতৰ যাউ তো
মুঝে মাফ কৰনা,
ৰাত মে তুঝে দেখ কে, তেৰে দীদাৰ কে খাতিৰ,
পল ভৰ জো, ঠহৰ যাউ তো,
মুঝে মাফ কৰনা।
@@@@@@@@@@@@@
প্যাৰ কা পেহলা খত লিখনে মে,
ওৱাক্ত তো লগতা হ্যায়।
নয়ে পৰিন্দো কো উড়নে মে,
ওৱাক্ত তো লগতা হ্যায়।।
জিস্ম কী বাত নহী থী
উনকে দীল তক জানা হ্যায়।
লম্বী দূৰী ত্যয় কৰনে মে
ওৱাক্ত তো লগতা হ্যায়।।
প্যাৰ কা পহলা খত লিখনে মে,
ওৱাক্ত তো লগতা হ্যায়।
নয়ে পৰিন্দো কো উড়নে মে,
ওৱাক্ত তো লগতা হ্যায়।।
জিস্ম কী বাত নহী থী
উনকে দীল তক জানা হ্যায়।
লম্বী দূৰী ত্যয় কৰনে মে
ওৱাক্ত তো লগতা হ্যায়।।
@@@@@@@@@@@@@@@@@@@
জিন্দগী মে তো,
চভী প্যাৰ কিয়া কৰতে হ্যায়,
মেই তো মৰকৰ ভী
চাহুংগা তুমহে।
তুম মিলে তো,
য়ে এহচাচ হুৱা কি,
এ মেৰী জিন্দগী চিৰ্ফ,
চিৰ্ফ তুমহাৰে লিয়ে হ্যায়।
Translation:
প্ৰেম হয়তো
সকলোৰে জীৱনলৈ আহে,
মোৰো জীৱনলৈ আহিল
যেতিয়া, তুমি আহিলা।
তোমাক দেখাৰে পৰা
অনুভৱ কৰিছো
জীৱনটো সঁচাকৈয়ে দুদিনীয়া!
বাৰে বাৰে মনলৈ আহিছে
তুমি কিয় আগতে নাহিলা?
@@@@@@@@@@@@
আপ তো নজদীক চে,
নজদীকতৰ আতে গয়ে।
আপ তো নজদীক চে,
নজদীকতৰ আতে গয়ে।।
পেহলে দিল,
ফিৰ দিলৰূবা।
পেহলে দিল,
ফিৰ দিলৰূবা।
ফিৰ দিল কে, মেহমান হো গয়ে.....
@@@@@@@@@
কিয়া হেই প্যাৰ জিচে হমনে,
জিন্দগী কী তৰহ।
ৱহ আশ্বনা ভী মিলা,
অজনবী কী তৰহ।।
বঢ়া কে প্যাস মেৰী উচনে,
হাথ ছোড় দিয়া।
ৱহ কৰ ৰহা থা মুৰাৱত ভী,
দিল্লগী কী তৰহ।।
@@@@@@@@@@@@
@@@@@@@@@@@@
অগৰ তু ইত্তেফাকন্
মিল ভী যায়ে,
তেৰী ফুৰকত্ কে চদমে্
কম না হোঙ্গে।
মোহব্বত কৰনেৱালে
কম না হোঙ্গে,
তেৰী মেহফিল্ মে লেকীন
হম না হোঙ্গে।
শব্দাৰ্থঃ
ইত্তেফাকন্ = কাকতালীয়ভাবে
ফুৰকত্ = বিৰহ
চদমে্ = শোকাঘাত
@@@@@@@@@@@@@
@@@@@@@@@@@@@
niiñd to dard ke bistar pe bhī aa
saktī hai
নীন্দ
তো
দৰ্দ
কে
বিস্তৰ
পে
ভী
আ
চকতী
হ্যায়
un kī āġhosh meñ sar ho ye zarūrī to
nahīñ
উন
কী
আগোশ্ব
মে
শ্বৰ
হো
য়ে
জৰুৰী
তো
নহী
sab kī nazroñ meñ ho saaqī ye zarūrī
hai magar
চব
কী
নজৰোঁ
মে
হো
শ্বাকী
য়ে
জৰুৰী
হ্যায়
মগৰ
sab pe saaqī kī nazar ho ye zarūrī
to nahīñ
চব
পে
শ্বাকী
কী
নজৰ
হো
য়ে
জৰুৰী
তো
নহী
Comments
Post a Comment