শ্বায়েৰী: সাংগীতিক লয়যুক্ত কবিতা-১
শ্বায়েৰী:
ইউ
না
মিল
মুঝছে
খফা
হো
জেইছে,
চাথ
চল
মৌজ-এ-চাবা
হো
জেইছে।
হিছকিয়া ৰাত
কো
আতী
হী
ৰহী,
তুনে
ফিৰ
ইয়াদ
কিয়া
হো
জেইছে।
মৌওত
ভী
আয়ী
তো
ইছ
নাজ্
কে
চাথ,
মুঝ
পে
এহেচান
কিয়া
হো
জেইছে।
অনুবাদঃ
মোৰ
সতে
তুমি
ইমান
ক্ষুব্ধ হোৱাৰ
দৰে
যেন
সন্মুখীন নোহোৱা,
মোৰ
সতে
তুমি
পুৱঁতিৰ মৃদুল
সমীৰ
জাক
হৈ
আহা।
কালি
ওৰে
নিশাটো,
মোৰ
হিকতি
আহিয়েই
আছিল,
তুমি
চাগৈ
মোৰ
কথাবোৰ
পুনৰ
সুৱঁৰিছিলা!
মৃত্যুও মোৰ
জীৱনলৈ
ইমানেই
দম্ভালি মাৰি
আহিল
,
যেন
মোক
কিবা
অনুগ্ৰহ হে
কৰিবলৈ
আহিছিল।
Comments
Post a Comment